অধ্যায়ঃ 5 / মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন
প্ৰ শ্না ৱ লীঃ 1 (Page 81)
1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড় আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।
উত্তৰঃ নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড় আছিল। উদাহৰণস্বৰূপে লিথিয়াম (Li), পটাছিয়ম (K) আৰু ছডিয়াম (Na) য়ে এটা ড’বাৰেইনাৰৰ ট্রায়াড় গঠন কৰে কিন্তু নিউল্যান্ডেছৰ অক্টেভেৰ দ্বিতীয় স্তম্ভতো আছে।
2.
ড’বাৰেইনাৰৰ শ্রেণী বিভাজনৰ সীমাবদ্ধতাবােৰ কি
কি আছিল?
উত্তৰঃ ড’বাৰেইনাৰৰ শ্রেণী বিভাজনৰ সীমাবদ্ধতাসমুহ হল -
1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড় আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।
উত্তৰঃ নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড় আছিল। উদাহৰণস্বৰূপে লিথিয়াম (Li), পটাছিয়ম (K) আৰু ছডিয়াম (Na) য়ে এটা ড’বাৰেইনাৰৰ ট্রায়াড় গঠন কৰে কিন্তু নিউল্যান্ডেছৰ অক্টেভেৰ দ্বিতীয় স্তম্ভতো আছে।
উত্তৰঃ ড’বাৰেইনাৰৰ শ্রেণী বিভাজনৰ সীমাবদ্ধতাসমুহ হল -
i) সকলো মৌলৰ শ্রেণী বিভাজনৰ বাবে ই যথেষ্ট নাছিল
ii)ড’বাৰেইনাৰে মৌলবােৰৰ মাজত তিনিটা ট্রায়ডহে
চিনাক্ত কৰিছিল।
iii) কম ভৰ বা বেছি ভৰৰ উপাদানৰবিলাকৰ বাবে ড’বাৰেইনাৰৰ শ্রেণী বিভাজন প্রযোজ্য নাছিল ।
3.
নিউলেণ্ডৰ অষ্টক
সূত্ৰৰ সীমাবদ্ধতা কি কি আছিল?
উত্তৰঃ নিউলেগুছৰ অষ্টক নিয়মটোৰ সীমাবদ্ধতাসমুহ হল-
উত্তৰঃ নিউলেগুছৰ অষ্টক নিয়মটোৰ সীমাবদ্ধতাসমুহ হল-
i)নিউলেণ্ডছৰ অষ্টক নিয়মটো কেবল মাত্র কেলছিয়াম পর্যন্তহে প্রযােজ্য ।
ii) নিউলেণ্ডছৰ মতে প্ৰকৃতিত কেৱল 56 টা মৌল আছে আৰু অধিক মৌল আবিস্কাৰ নহব।
iii) নিষ্ক্রিয় গেছৰ বাবে নিউলেণ্ডছৰ অষ্টক নীতি
প্রযােজ্য নহয়।
প্ৰ শ্না ৱ লীঃ 2 (Page 85)
1. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।
K, C, Al, Si, Ba.
উত্তৰঃ
K ৰ বৰ্গ 1 গতিকে Kৰ অক্সাইড হব - K2O
C ৰ বৰ্গ 4 গতিকে Cৰ অক্সাইড হব - CO2
Al ৰ বৰ্গ 3 গতিকে Alৰ অক্সাইড হব - Al2O3
Si ৰ বৰ্গ 4 গতিকে Siৰ অক্সাইড হব - SiO2
Ba ৰ বৰ্গ 2 গতিকে Baৰ অক্সাইড হব - BaO
2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে
মৌলকেইটা আৱিষ্কৃত হােৱাৰ পূর্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনাে দুটা)
উত্তৰঃ জার্মেনিয়াম আৰু স্কেণ্ডিয়াম ।
3. মেণ্ডেলিভে তেওঁৰ পর্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি
চলা নীতিবােৰ কি কি আছিল ?
উত্তৰঃ
1. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।
K, C, Al, Si, Ba.
উত্তৰঃ
K ৰ বৰ্গ 1 গতিকে Kৰ অক্সাইড হব - K2O
C ৰ বৰ্গ 4 গতিকে Cৰ অক্সাইড হব - CO2
Al ৰ বৰ্গ 3 গতিকে Alৰ অক্সাইড হব - Al2O3
Si ৰ বৰ্গ 4 গতিকে Siৰ অক্সাইড হব - SiO2
Ba ৰ বৰ্গ 2 গতিকে Baৰ অক্সাইড হব - BaO
উত্তৰঃ জার্মেনিয়াম আৰু স্কেণ্ডিয়াম ।
উত্তৰঃ
i) মেণ্ডেলিভে মৌলসমূহক সিহঁতৰ পাৰমাণৱিক ভৰৰ বর্ধিত ক্ৰম আৰু ৰাসায়নিক ধৰ্ম অনুসৰি সজাইছিল।
ii) মৌলসমূহৰ অক্সিজেন আৰু হাইড্রজেনৰ লগত গঠন কৰা যৌগবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিছিল।
4.
সম্রান্ত
গেছবােৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?
উত্তৰঃ সম্ভ্ৰান্ত গেছবোৰ আতিশয় নিষ্ক্ৰিয় আৰু বায়ুমণ্ডলত কম মাত্ৰাত থকা বাবে পলমকৈ আবিস্কাৰ হৈছিল। সেইবাবে এইবােৰ গেছক অন্যান্য মৌলতকৈ পৃথক বৰ্গত ৰখা হৈছে।
প্ৰ শ্না ৱ লীঃ 3 (Page 90)
1. আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবােৰ কিদৰে দূৰ কৰিছিল ?
উত্তৰঃ আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবােৰ তলত দিয়া ধৰণে দূৰ কৰিছিল -
i) আধুনিক পৰ্যাবৃত্ত তালিকাত মৌল সমূহক সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা হৈছিল।
ii) আধুনিক পৰ্যাবৃত্ত তালিকাত একে মৌলৰ বেলেগ বেলেগ সমস্থানিকবোৰ সজাবলৈ অসুবিধা হোৱা নাছিল
ii) মৌলসমূহৰ অক্সিজেন আৰু হাইড্রজেনৰ লগত গঠন কৰা যৌগবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিছিল।
উত্তৰঃ সম্ভ্ৰান্ত গেছবোৰ আতিশয় নিষ্ক্ৰিয় আৰু বায়ুমণ্ডলত কম মাত্ৰাত থকা বাবে পলমকৈ আবিস্কাৰ হৈছিল। সেইবাবে এইবােৰ গেছক অন্যান্য মৌলতকৈ পৃথক বৰ্গত ৰখা হৈছে।
1. আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবােৰ কিদৰে দূৰ কৰিছিল ?
উত্তৰঃ আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবােৰ তলত দিয়া ধৰণে দূৰ কৰিছিল -
i) আধুনিক পৰ্যাবৃত্ত তালিকাত মৌল সমূহক সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা হৈছিল।
ii) আধুনিক পৰ্যাবৃত্ত তালিকাত একে মৌলৰ বেলেগ বেলেগ সমস্থানিকবোৰ সজাবলৈ অসুবিধা হোৱা নাছিল
iii)
একে সংখ্যক যোজক ইলেকট্ৰনযুক্ত
মৌল সমূহক একেটা বৰ্গত ৰখা হৈছিল।
iv) একে সংখ্যক কক্ষযুক্ত মৌল সমূহক একেটা পৰ্যায়ত ৰখা হৈছিল।
2.
মেগনেছিয়ামৰ
দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তােমাৰ এই বাছনিৰ
ভিত্তি কি ?
উত্তৰঃ মৌল দুটাৰ নাম হৈছে - (ক) বেৰিয়াম আৰু (খ) কেলছিয়াম।
এই মৌল দুটাৰ যােজক কক্ষত 3 টা ইলেক্ট্রন থকা বাবে মেগনেছিয়ামৰ দৰে বিক্রিয়া দেখুৱাই।
3.
নাম লিখা।
(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ।
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ।
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।
উত্তৰঃ
iv) একে সংখ্যক কক্ষযুক্ত মৌল সমূহক একেটা পৰ্যায়ত ৰখা হৈছিল।
উত্তৰঃ মৌল দুটাৰ নাম হৈছে - (ক) বেৰিয়াম আৰু (খ) কেলছিয়াম।
এই মৌল দুটাৰ যােজক কক্ষত 3 টা ইলেক্ট্রন থকা বাবে মেগনেছিয়ামৰ দৰে বিক্রিয়া দেখুৱাই।
(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ।
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ।
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।
উত্তৰঃ
(a) লিথিয়াম, ছ’ডিয়াম আৰু পটেছিয়াম।
(b) মেগনেছিয়াম আৰু কেলছিয়াম।
(c) হিলিয়াম, নিয়ন আৰু আর্গন।
4.
(a) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম- এই আটাইকেইটা ধাতু। ইহঁতে পানীৰ
সৈতে বিক্রিয়া কৰি হাইড্রজেন মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়ন এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবােৰৰ মাজত কি কি মিল থকা দেখা যায় ?
উত্তৰঃ
(b) মেগনেছিয়াম আৰু কেলছিয়াম।
(c) হিলিয়াম, নিয়ন আৰু আর্গন।
(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়ন এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবােৰৰ মাজত কি কি মিল থকা দেখা যায় ?
উত্তৰঃ
a) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম ধাতুৰ মাজৰ সাদৃশ্য হল ইহঁতৰ প্রত্যেকৰে পৰমাণুৰ বহিৰতম কক্ষত
মাত্র এটাকৈ ইলেকট্রন থাকে।
b) হিলিয়াম আৰু নিয়নৰ মাজৰ সাদৃশ্য হ’ল ইহঁত দুয়ােটা পৰমাণুৰ বহিঃকক্ষ ইলেকট্রনেৰে পৰিপূৰ্ণ হৈ থাকে।
৫। আধুনিক
পর্যাবৃত্ত তালিকাত থকা প্রথম দহটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
উত্তৰঃ লিথিয়াম আৰু বেৰেলিয়াম ।
৬। পর্যাবৃত্ত
তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধর্মী হব বুলি
অনুমান কৰিবা?
Ga, Ge, As, Se, Be
উত্তৰঃ Beৰ ধাতৱীয় ধর্ম সর্বোচ্চ।
অ নু শী ল নী
1. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে ।
(b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে ।
(c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় ।
(d) অক্সইডবোৰ বেছি আম্লিক হৈ পৰে ।
উত্তৰঃ (c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় ।
2.
মৌল Xয়ে XCI2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গােটা
পদার্থ। মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা।
সবাতােকৈ বেছি?
(a) Na (b) Mg (c) AI (d) Si
উত্তৰঃ (b) Mg
3.
কোনটো মৌলৰ আছে-
(a) ইলেকট্রনপূর্ণ দুটা কক্ষ ?
(b) 2,8,2 ইলেকট্রনীয় বিন্যাস ?
(c) যােক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ?
(d) দ্বিতীয় কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা।
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন ?
উত্তৰঃ (a) নিয়ন, Ne (2.8)
(b) মেগনেছিয়াম, Mg (2.8.2)
(c) ছিলিকন, Si (2.8.4)
(d) ব’ৰণ, B (2.3)
(e) কার্বন, C (2.4)
4.
(a) পর্যাবৃত্ত
তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি
সাধাৰণ ধর্ম আছে?
(b) পর্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে?
উত্তৰঃ (a) সিহঁতৰ আটাইবােৰৰে যােজ্যতা 3
(b) সিহঁতৰ আটাইবােৰৰে যােজ্যতা 1
5.
এটা পৰমাণুৰ
ইলেকট্রনীয় বিন্যাস 2.8.7
(a) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?
(b) তলৰ মৌলবােৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবােৰ দিয়া হৈছে)।
N(7) F(9) P(15) Ar(18)
উত্তৰঃ
b) হিলিয়াম আৰু নিয়নৰ মাজৰ সাদৃশ্য হ’ল ইহঁত দুয়ােটা পৰমাণুৰ বহিঃকক্ষ ইলেকট্রনেৰে পৰিপূৰ্ণ হৈ থাকে।
উত্তৰঃ লিথিয়াম আৰু বেৰেলিয়াম ।
Ga, Ge, As, Se, Be
উত্তৰঃ Beৰ ধাতৱীয় ধর্ম সর্বোচ্চ।
1. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে ।
(b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে ।
(c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় ।
(d) অক্সইডবোৰ বেছি আম্লিক হৈ পৰে ।
উত্তৰঃ (c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় ।
(a) Na (b) Mg (c) AI (d) Si
উত্তৰঃ (b) Mg
(a) ইলেকট্রনপূর্ণ দুটা কক্ষ ?
(b) 2,8,2 ইলেকট্রনীয় বিন্যাস ?
(c) যােক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ?
(d) দ্বিতীয় কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা।
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন ?
উত্তৰঃ (a) নিয়ন, Ne (2.8)
(b) মেগনেছিয়াম, Mg (2.8.2)
(c) ছিলিকন, Si (2.8.4)
(d) ব’ৰণ, B (2.3)
(e) কার্বন, C (2.4)
(b) পর্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে?
উত্তৰঃ (a) সিহঁতৰ আটাইবােৰৰে যােজ্যতা 3
(b) সিহঁতৰ আটাইবােৰৰে যােজ্যতা 1
(a) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?
(b) তলৰ মৌলবােৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবােৰ দিয়া হৈছে)।
N(7) F(9) P(15) Ar(18)
উত্তৰঃ
(a) ইয়াৰ পাৰমাণৱিক সংখ্যা 17
(b) মৌলটো F(9) ইয়াৰ পৰমাণু ক্ৰমাংক 9 আৰু ইলেকট্রনীয় বিন্যাস 2.7
6.
পর্যাবৃত্ত
তালিকাত তিনিটা মৌল A, B আৰু Cৰ স্থানসমূহ তলত দেখুওৱা হৈছে—
16 বর্গ 17 বর্গ
– –
– A
– –
B C
(a)মৌল A ধাতু নে অধাতু?
(b) Cমৌলটো Aতকৈ বেছি সক্রিয় নে কম সক্রিয়
(c) C মৌলটো আকাৰত Bতকৈ ডাঙৰনে সৰু?
(d) মৌল Aএ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?
উত্তৰঃ (a) A মৌলটো অধাতু।
(b) Cমৌলটো Aতকৈ কম সক্রিয়।
(c) C মৌলটো আকাৰত Bতকৈ সৰু।
(d) Aএ এনায়ন গঠন কৰিব।
7.
নাইট্রজেন
(পাৰমাণৱিক সংখ্যা 7) আৰু ফছফৰাছ (পাৰমাণৱিকত সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বর্গ 15ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস
লিখা। সিহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয় ?
উত্তৰঃ নাইট্রজেনৰ ইলেকট্রনীয় বিন্যাস 2.5
ফছফৰাছৰ ইলেকট্রনীয় বিন্যাস 2.8.5
যিহেতু পর্যাবৃত্ত তালিকাৰ তলৰ পৰা ওপৰলৈ বিদ্যুৎ ঋণাত্মকতা বাঢ়ি যায়। সেইবাবে নাইট্রজেনৰ বিদ্যুৎ ঋণাত্মক গুণ ফছফৰাছতকৈ বেছি।
8.
পৰমাণু এটাৰ
ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ
আছে।
উত্তৰঃ আধুনিক পৰ্য্যবৃত্ত তালিকাত একে ধৰণৰ ইলেকট্রনীয় বিন্যাস যুক্ত মৌলবোৰ একেটা বৰ্গত থাকে। আৰু একে সংখ্যক যোজক ইলেকট্রন যুক্ত মৌলবোৰ একেটা পৰ্যায়ত থাকে।
9.
আধুনিক
পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12,19,21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা
পৰিৱেষ্টিত হৈ আছে।। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ
সৈতে মিলে ?
উত্তৰঃ 12 পাৰমাণৱিক সংখ্যাবিশিষ্ট মৌলৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে কাৰণ দুয়োৰে যোজক কক্ষত ইলেক্ট্রন সংখ্যা 2
10.
মেণ্ডেলিভৰ
পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্রেণীবিভাজনৰ তুলনা কৰা।
উত্তৰঃ
(b) মৌলটো F(9) ইয়াৰ পৰমাণু ক্ৰমাংক 9 আৰু ইলেকট্রনীয় বিন্যাস 2.7
16 বর্গ 17 বর্গ
– –
– A
– –
B C
(a)মৌল A ধাতু নে অধাতু?
(b) Cমৌলটো Aতকৈ বেছি সক্রিয় নে কম সক্রিয়
(c) C মৌলটো আকাৰত Bতকৈ ডাঙৰনে সৰু?
(d) মৌল Aএ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?
উত্তৰঃ (a) A মৌলটো অধাতু।
(b) Cমৌলটো Aতকৈ কম সক্রিয়।
(c) C মৌলটো আকাৰত Bতকৈ সৰু।
(d) Aএ এনায়ন গঠন কৰিব।
উত্তৰঃ নাইট্রজেনৰ ইলেকট্রনীয় বিন্যাস 2.5
ফছফৰাছৰ ইলেকট্রনীয় বিন্যাস 2.8.5
যিহেতু পর্যাবৃত্ত তালিকাৰ তলৰ পৰা ওপৰলৈ বিদ্যুৎ ঋণাত্মকতা বাঢ়ি যায়। সেইবাবে নাইট্রজেনৰ বিদ্যুৎ ঋণাত্মক গুণ ফছফৰাছতকৈ বেছি।
উত্তৰঃ আধুনিক পৰ্য্যবৃত্ত তালিকাত একে ধৰণৰ ইলেকট্রনীয় বিন্যাস যুক্ত মৌলবোৰ একেটা বৰ্গত থাকে। আৰু একে সংখ্যক যোজক ইলেকট্রন যুক্ত মৌলবোৰ একেটা পৰ্যায়ত থাকে।
উত্তৰঃ 12 পাৰমাণৱিক সংখ্যাবিশিষ্ট মৌলৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে কাৰণ দুয়োৰে যোজক কক্ষত ইলেক্ট্রন সংখ্যা 2
উত্তৰঃ
|
মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা |
আধুনিক পর্যাবৃত্ত তালিকা |
|
মুঠ 8টা বৰ্গ আছিল। |
মুঠ 18টা বৰ্গ আছে। |
|
সমস্থানিকৰ বাবে কোনাে
নির্দিষ্ট স্থান নাছিল। |
সমস্থানিকবােৰৰ বাবে সুকীয়া
স্থান আছে। |
|
সম্রান্ত গেছক বেলেগ স্থান
দিয়া নাছিল। |
সভ্রান্ত গেছবােৰক এক পৃথক
বৰ্গত স্থান দিয়া হৈছে। |
Some Additional Questions & Answers
Q.1
Q.2
Q.3
Q.4
Q.5
Q.6

Post a Comment
0 Comments