1. বিক্রিয়া এটাত 5.3g
ছডিয়াম কার্বনেটে 6g ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্রব্যবোৰ
আছিল 2.2g কার্বন ডাই অক্সাইড,
0.98g পানী আৰু 8.2g ছডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্র
অনুযায়ী হৈছে।
ছডিয়াম কার্বনেট + ইথানয়িক এছিড ⇒ ছডিয়াম ইথনয়েট + কার্বন ডাই অক্সাইড + পানী
উত্তৰঃ
উত্তৰঃ
বিক্ৰিয়াটোত
বিক্ৰিয়কৰ মুঠ ভৰ=(5.3+6)g =11.3 g
বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ = (2.2+0.9+8.2)g =11.3g
অর্থাৎ, বিক্ৰয়কৰ মুঠ ভৰ = বিক্রিয়াজাতৰ মুঠ ভৰ
গতিকে, বিক্ৰিয়াটো ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে।
2. হাইড্রজেন আৰু
অক্সিজেন 1:8 অনুপাতত লগ লাগি
পানী উৎপন্ন কৰে। 3 গ্রাম
হাইড্ৰজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেন প্রয়োজন হব?
উত্তৰঃ 1 গ্রাম হাইড্ৰ’জেনে সম্পূৰ্ণকৈ বিক্রিয়া কৰে ৪ গ্রাম অক্সিজেনৰ সৈতে।
বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ = (2.2+0.9+8.2)g =11.3g
অর্থাৎ, বিক্ৰয়কৰ মুঠ ভৰ = বিক্রিয়াজাতৰ মুঠ ভৰ
গতিকে, বিক্ৰিয়াটো ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে।
উত্তৰঃ 1 গ্রাম হাইড্ৰ’জেনে সম্পূৰ্ণকৈ বিক্রিয়া কৰে ৪ গ্রাম অক্সিজেনৰ সৈতে।
গতিকে 3গ্রাম হাইড্ৰজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ অক্সিজেন প্রয়োজন হব = (8× 3)g = 24g
উত্তৰঃ পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্রিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। নির্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধর্মসমূহ একেই। ডেল্টনৰ এই স্বীকাৰ্যটো ভৰৰ নিত্যতা সূত্ৰৰ ফল।
উত্তৰঃ নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে। ডেল্টনৰ এই স্বীকাৰ্যটোৱে স্থিৰানুপাত সূত্ৰটো বাখ্যা কৰে।
প্ৰশ্নাৱলীঃ (Page-35)
উত্তৰঃ কাৰ্বন -12ৰ এটা পৰমাণুৰ ভৰৰ ঠিক এক-দ্বাদশ (1/12) অংশৰ সমান ভৰেই এক পাৰমাণৱিক ভৰ একক।
উত্তৰঃ পৰমাণু এটাৰ আকাৰ বহুত সৰু । ইয়াৰ আকাৰ প্ৰায় 10-10 meter। সেইবাবে পৰমানু এটা খালী চকুৰে দেখা সম্ভৱ নহয় ।
প্ৰ শ্না ৱ লীঃ (Page-39)
উত্তৰঃ
(i)
ছ’ডিয়াম অক্সাইডৰ সংকেত Na₂O
(ii) এলুমিনিয়াম ক্ল’ৰাইডৰ সংকেত AICl₃
(iii) ছ’ডিয়াম ছালফাইডৰ সংকেত Na₂S
(iv) মেগনেছিয়াম হাইড্রক্সাইডৰ সংকেত Mg(OH)₂
2. তলৰ সংকেতবোৰে
বুজোৱা যৌগবোৰৰ নাম লিখা। (i)Al₂(SO4)₃ (ii)CaCl₂ (iii)K₂SO₄ (iv)KNO₃
(v)CaCO₃
উত্তৰঃ
(i) এলুমিনিয়াম ছালফেট
(ii) কেলছিয়াম ক্ল’ৰাইড
(iii) পটেছিয়াম ছালফেট
(iv) পটেছিয়াম নাইট্রেট
(v) কেলছিয়াম কার্বনেট
3. ৰাসায়নিক সংকেত
পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?
উত্তৰঃ ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা যৌগবোৰত থক মৌলৰ পৰমাণুৰ সংখ্যা বুজোৱা হৈছে। উদাহৰণ স্বৰূপে, ছডিয়াম ক্লৰাইডৰ ৰাসায়নিক সূত্ৰ হৈছে NaCl.
4. (i) H₂S অণুত আৰু,
(ii) PO₄³⁻ আয়নত কিমানটা পৰমাণু আছে?
উত্তৰঃ (i) H₂S অণুত পৰমাণু = 3 টা।
(ii) PO₄³⁻ আয়নত পৰমাণু = 5 টা।
1. আণৱিক ভৰ গণনা কৰা- H₂, O₂, Cl₂, CO₂,
CH₄ C₂H₆, C₂H₄, NH₃, CH₃OH
উত্তৰঃ
H₂ ৰ আণৱিক ভৰ = 2 × H ৰ পাঃ ভঃ
= 2 × 1u
(ii) এলুমিনিয়াম ক্ল’ৰাইডৰ সংকেত AICl₃
(iii) ছ’ডিয়াম ছালফাইডৰ সংকেত Na₂S
(iv) মেগনেছিয়াম হাইড্রক্সাইডৰ সংকেত Mg(OH)₂
উত্তৰঃ
(i) এলুমিনিয়াম ছালফেট
(ii) কেলছিয়াম ক্ল’ৰাইড
(iii) পটেছিয়াম ছালফেট
(iv) পটেছিয়াম নাইট্রেট
(v) কেলছিয়াম কার্বনেট
উত্তৰঃ ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা যৌগবোৰত থক মৌলৰ পৰমাণুৰ সংখ্যা বুজোৱা হৈছে। উদাহৰণ স্বৰূপে, ছডিয়াম ক্লৰাইডৰ ৰাসায়নিক সূত্ৰ হৈছে NaCl.
(ii) PO₄³⁻ আয়নত কিমানটা পৰমাণু আছে?
উত্তৰঃ (i) H₂S অণুত পৰমাণু = 3 টা।
(ii) PO₄³⁻ আয়নত পৰমাণু = 5 টা।
প্ৰশ্নাৱলীঃ (Page-40)
উত্তৰঃ
= 2 × 1u
= 2u
O₂ ৰ আণৱিক ভৰ = 2 × O ৰ পাঃ ভঃ
= 2 × 16u
= 32u
Cl₂ ৰ আণৱিক ভৰ = 2×Cl ৰ পাঃ ভঃ
= 2 x 35.5u
=71u
CO₂ ৰ আণৱিক ভৰ = Cৰ পাঃ ভঃ + 2×O ৰ পাঃ ভঃ
= 12u + 2×16u
= (12+32)u
= 44u
CH₄ ৰ আণৱিক ভৰ = (C
ৰ পাঃ ভঃ + 4 x Hৰ পাঃ ভঃ )
= 12u + 4 x 1u
= (12+4) u
= 16u
C₂H₆ ৰ আণৱিক ভৰ = 2×Cৰ পাঃ ভঃ + 5xH ৰ পাঃ ভঃ
=2×12u+ 5×1u
= 24u+5u
=29u
C₂H₄ ৰ আণৱিক ভৰ = 2×C ৰ পাঃ ভঃ +4×H ৰ পাঃ ভঃ
= 2 × 12u +4 × 1u
= 2 × 16u
= 32u
= 2 x 35.5u
=71u
= 12u + 2×16u
= (12+32)u
= 44u
= 12u + 4 x 1u
= (12+4) u
= 16u
=2×12u+ 5×1u
= 24u+5u
=29u
= 2 × 12u +4 × 1u
= 24u+4u
= 28u
NH₃ ৰ আণৱিক ভৰ = N
ৰ পাঃ ভঃ + 3xHৰ পাঃ ভঃ
= 14u + 3 × 1u
= (14+3)u
= 17u
CH₃OH, ৰ আণৱিক ভৰ = Cৰ পাঃ ভঃ + 3 × Hৰ পাঃ ভুঃ +Oৰ পাঃ ভঃ + Hৰ পাঃ ভঃ
= 12u + 3 × 1u + 16u + 1u
=(12+3+16+1)u
= 32u
2. ZnO, Na₂O আৰু K₂CO₃, ৰ সংকেত গোট ভৰ গনণা কৰা। প্রদত্ত পাৰমাণৱিক
ভৰবোৰ হল- Zn = 65u, Na=23u, K= 39u, C = 12u, 0 = 16u
উত্তৰঃ
= 28u
= 14u + 3 × 1u
= (14+3)u
= 17u
= 12u + 3 × 1u + 16u + 1u
=(12+3+16+1)u
= 32u
উত্তৰঃ
ZnO
ৰ সংকেত গোট ভৰ = Zn
ৰ পাঃ ভঃ + O ৰ পাঃ ভঃ।
=65u + 16u
= 81u
Na₂O ৰ সংকেত গোট ভৰ =
2 ×
Na ৰ পাঃ ভঃ+ O ৰ পাঃ ভঃ
= 2 × 23u + 16u
= (46+16)u
= 62u
K₂CO₃ ৰ সংকেত গোট ভৰ
= 2 ×
K ৰ পাঃ ভঃ + C ৰ পাঃ ভ: + 3 × O ৰ পাঃ ভ:
= 2 × 39u + 12u + 3 × 16u
= (78 + 12 +48)u
= 138u
1. এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্রাম হলে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব।
উত্তৰঃ 1 ম’ল কাৰ্বন পৰমাণুৰ ভৰ = 12 গ্রাম
অর্থাৎ 6.022 × 10²³ টা অণুৰ ভৰ = 12 গ্রাম
1 টা অণুৰ ভৰ = 12/(6.022 x 10²³) gm
=65u + 16u
= 81u
= 2 × 23u + 16u
= (46+16)u
= 62u
= 2 × 39u + 12u + 3 × 16u
= (78 + 12 +48)u
= 138u
প্ৰশ্নাৱলীঃ (Page-42)
উত্তৰঃ 1 ম’ল কাৰ্বন পৰমাণুৰ ভৰ = 12 গ্রাম
অর্থাৎ 6.022 × 10²³ টা অণুৰ ভৰ = 12 গ্রাম
1 টা অণুৰ ভৰ = 12/(6.022 x 10²³) gm
=1.99×10⁻²³ gm
2. 100. গ্রাম ছডিয়াম বা
100 গ্রাম আইৰণৰ কোনটোত
পৰমাণুৰ সংখ্যা বেছি থাকিব?
(দিয়া আছে পাৰমাণৱিক ভৰ Na= 23u, Fe= 56u )
উত্তৰঃ
উত্তৰঃ
100 গ্রাম Na ৰ ম’লৰ সংখ্যা 100/23
100 গ্রাম Na ৰ অণুৰ সংখ্যা =100/(23x6.022 x10²³)
100 গ্রাম Na ৰ অণুৰ সংখ্যা =100/(23x6.022 x10²³)
=2.6 x 10²³
100 গ্রাম Fe ৰ মলৰ সংখ্যা = 100/(56 x 6.022 X 10²³)
= 1.6 x 10²³
এতেকে, 100 গ্রাম Na ৰ পৰমাণুৰ সংখ্যা বেছি।
অনুশীলনীঃ
উত্তৰঃ
যৌগটোৰ ভৰ
= 0.24 g
বৰণৰ ভৰ = 0.096 g
অক্সিজেনৰ ভৰ = 0.144 g
বৰণৰ ভৰ = 0.096 g
অক্সিজেনৰ ভৰ = 0.144 g
ব‘ৰণৰ শতকৰা পৰিমান =[0.0096÷(0.24)] × 100%
= 40%
অক্সিজেনৰ শতকৰা পৰিমাণ =[0.144÷(0.24)]×100%
= 60%
বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব?
উত্তৰঃ
যিহেতু অক্সিজেন আৰু কাৰ্বন 3:8 অনুপাতত যৌগ গঠন কৰে। গতিকে 3g কাৰ্বনে 50g অক্সিজেনৰ 8g ৰ লগতহে বিক্ৰিয়া কৰিব। বাকী থকা অক্সিজেন (50-8=42g) বিক্ৰিয়াত অংশ গ্ৰহণ নকৰিব।
ওপৰোক্ত বিক্ৰিয়াটোত স্থিৰানুপাত বিধি প্ৰযোজ্য হব ।
3. বহুপাৰমাণৱিক
আয়নবোৰ কি? উদাহৰণ দিয়া।
উত্তৰঃ
উত্তৰঃ
একাধিক
পৰমাণুৰ আধানযুক্ত গোট একোটাক “বহুপাৰমাণৱিক আয়ন”বোলা হয়। উদাহৰণঃ –
SO₄²⁻ , NH₄+
4. তলত দিয়াবোৰৰ
ৰাসায়নিক সংকেত লিখা ।
(a) মেগনেছিয়াম ক্ল’ৰাইড ।
উত্তৰঃ MgCl₂
(a) মেগনেছিয়াম ক্ল’ৰাইড ।
উত্তৰঃ MgCl₂
উত্তৰঃ CaO বা Ca₂O₂
উত্তৰঃ Cu(NO₃)₂
উত্তৰঃ AlCl₃
উত্তৰঃ CaCO₃
(a) পোৰা চূণ ( CaO )
উত্তৰঃ কেলছিয়াম, অক্সিজেন
উত্তৰঃ হাইড্ৰ’জেন, ব্ৰ’মিন।
উত্তৰঃ ছ’ডিয়াম, হাইড্ৰ’জেন, কাৰ্বন, অক্সিজেন ।
উত্তৰঃ পটেছিয়াম, ছালফাৰ, অক্সিজেন।
(a) ইথাইন (C₂H₂ )
উত্তৰঃ
C₂H₂ ৰ মলাৰ ভৰ = 2
× C ৰ পাৰমাণৱিক ভৰ + 2 × H ৰ পাৰমাণৱিক ভৰ ।
= (2 × 12 + 2 × 1) g
= (24 + 2)g
= (24 + 2)g
= 26 g
(b) ছালফাৰ অনু (S8)
উত্তৰঃ
উত্তৰঃ
8
× S ৰ পাৰমাণৱিক ভৰ
= (8 × 32)g
= 256 g
(c) ফছফৰাছ অণু (P
4 )
উত্তৰঃ
= (8 × 32)g
= 256 g
উত্তৰঃ
4 × P ৰ পাৰমানৱিক ভৰ
= 4 × 31
= 124 g
= 4 × 31
= 124 g
d) হাইড্ৰ’ক্ল’ৰিক এছিড (HCI )
উত্তৰঃ
1 × H ৰ পাৰমাণৱিক ভৰ + 1 × Cl পা ৰমাণৱিক ভৰ
= 1 × 1 + 1 × 35.5
= 1 × 1 + 1 × 35.5
=1+35.5
= 36.5 g
(e) নাইট্ৰিক এছিড (HNO
3 )
উত্তৰঃ
= 36.5 g
উত্তৰঃ
1
× H ৰ পাৰমাণৱিক ভৰ + N ৰ পাৰমাণৱিক ভৰ + 3 × O ৰ পাৰমাণৱিক ভৰ
= 1 × 1 + 14 + 16 × 3
= 1 + 14 + 48
= 15 + 48
= 63 g
7. ভৰ কিমান –
(a) 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ?
উত্তৰঃ 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ ভৰ = 14g
(b)
= 1 + 14 + 48
= 15 + 48
= 63 g
(a) 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ?
উত্তৰঃ 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ ভৰ = 14g
উত্তৰঃ
4 ম’ল এলুমিনিয়াম পৰমাণুৰ ভৰ = 27g
এতেকে 4 ম’লৰ ভৰ = 27g × 4
= 108g
(c) 10 ম’ল ছ’ডিয়াম ছালফাইট (Na2SO4)
উত্তৰঃ
এতেকে 4 ম’লৰ ভৰ = 27g × 4
= 108g
উত্তৰঃ
1ম’ল ছ’ডিয়াম ছালফাইটৰ ভৰ
=(2×23+1×32+3×16)g
=(46+32+48)g
=126g
এতেকে 10 ম’ল ছ’ডিয়াম ছালফাইটৰ ভৰ
= 126g × 10
= 1260 g
(a) 12 g অক্সিজেন গেছ ?
উত্তৰঃ
দিয়া আছে,
প্ৰদত্ত ভৰ = 12g
অক্সিজেনৰ মলাৰ ভৰ = 32g
এতেকে ম’ল সংখ্যা = প্ৰদত্ত ভৰ ÷মলাৰ ভৰ
= 12g÷32g
= 0.375
(b) 20 g পানী ।
উত্তৰঃ
দিয়া আছে,
প্ৰদত্ত ভৰ = 20g
পানীৰ মলাৰ ভৰ = 18g
এতেকে ম’ল সংখ্যা = প্ৰদত্ত ভৰ ÷মলাৰ ভৰ
= 20g÷18g
= 1.11
(c) 22 g কাৰ্বন-ডাই-অক্সাইড
।
উত্তৰঃ
= 20g÷18g
= 1.11
উত্তৰঃ
দিয়া আছে,
প্ৰদত্ত ভৰ = 22g
কাৰ্বন-ডাই-অক্সাইডৰ মলাৰ ভৰ = 44g
এতেকে, ম’ল সংখ্যা = প্ৰদত্ত ভৰ ÷মলাৰ ভৰ
= 22g÷44g
= 0.5
= 22g÷44g
= 0.5
9. ভৰ কিমান?
(a) 0.2 ম’ল অক্সিজেন পৰমাণুৰ?
উত্তৰঃ
1 ম’ল অক্সিজেন পৰমাণুৰ ভৰ =16g
এতেকে 0.2ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 0.2×16g
= 3.2 g
= 3.2 g
(b) 0.5 ম’ল পানী অণুৰ?
উত্তৰঃ
1 ম’ল পানী(H2O)অণুৰ ভৰ = 18g
এতেকে 0.5 ম’ল পানী অণুৰ ভৰ = 0.5 × 18g
= 9g
10. 16 g গোটা ছালফাৰত থকা
ছালফাৰ অণু (S 8 ) ৰ সংখ্যা গণনা
কৰা ।
উত্তৰঃ
এতেকে 0.5 ম’ল পানী অণুৰ ভৰ = 0.5 × 18g
= 9g
1 ম’ল ছালফাৰ (S8)ৰ ভৰ = 8×32g = 256g
অৰ্থাৎ,
256g ছালফাৰত পৰমাণুৰ সংখ্যা = 6.022×10²³ টা
এতেকে 1g ,, ,, ,, = (6.022×10²³)÷256 টা
এতেকে 16g ,, ,, ,, =[(6.022×10²³)÷256]×16 টা
= 0.376×10²³ টা
=3.76×10²² টা


I am very much greate ful to you
ReplyDeleteYou are most welcome.
ReplyDelete